
ভাৰতৰ ২০২১ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচন সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা সাংবাদিকসকলক উদ্দেশি চি পি জে’এ এলানি নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে।
সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী ভিন্ন ভাষাত উপলব্ধ আছে নিউ য়ৰ্ক, ৮ মাৰ্চ, ২০২১ – ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত অনুস্থিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচন সামৰি সংবাদ বিস্তাৰৰ সৈতে জড়িত থকা সম্পাদক, সাংবাদিক আৰু ফটো সাংবাদিক সকলক উদ্দেশি সাংবাদিক সুৰক্ষা সমিতি (চমুকৈ চি পি জে)এ এলানি নতুন নিৰ্বাচন কেন্দ্ৰিক সুৰক্ষা নিৰ্দেশনাৱলী যুগুত কৰি…

ভাৰতৰ ৰাজ্যিক বিধান সভা নিৰ্বাচন ২০২১: সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী
চলিত ২০২১ বৰ্ষৰ অহা মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত বিধানসভাৰ নিৰ্বাচন অনুস্থিত হ’ব। এই নিৰ্বাচনসমূহ সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা গণসংযোগ মাধ্যমৰ কৰ্মচাৰীসকল যিকোনো ধৰণৰ সম্ভাৱনীয় শাৰীৰিক আঘাত, ভীতিপ্ৰদৰ্শন, আৰু হাৰাশাস্তি; অনলাইন ভাবুকি; ক’ভিড–১৯ সংক্ৰমণৰ আশংকা; গ্ৰেপ্তাৰ অথবা আটক; আৰু প্ৰতিবেদন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ইন্টাৰনেট একচেছকে ধৰি…

চিপিজে নিৰাপত্তা পৰামৰ্শৱলীঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাতৰি পৰিবেশন
২০ মে’, ২০২১ ত আপডেট কৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’) ই ১১ মাৰ্চ, ২০২০ ত ক’ভিড-১৯ (ন’ভেল ক’ৰোনা ভাইৰাছ) ৰ প্ৰাদুৰ্ভাবক অতিমাৰী হিচাপে ঘোষণা কৰে। বাতৰি অনুসৰি এই গোলকীয় পৰিস্থিতিৰ বিবৰ্তন অব্যাহত আছে আৰু ক’ৰোনাভাইৰাছৰ নতুন প্ৰজাতি চিনাক্ত হোৱা আৰু ক’ভিড-১৯ ৰ টিকাদান কাৰ্য্যক্ৰম তীব্ৰ গতিত আগবঢ়াৰ পৰিপ্ৰেক্ষিতত দেশসমূহে তেওঁলোকৰ ভ্ৰমণৰ ক্ষেত্ৰত বলবৎ থকা…